July 19, 2024 11:54 AM

views 13

উত্তৰ প্ৰদেশ ৰে’ল দুৰ্ঘটনাত অসমৰ কোনো লোক হতাহত হোৱা নাইঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

উত্তৰ প্ৰদেশত দুৰ্ঘটনাগ্ৰস্ত ডিব্ৰুগড় অভিমুখী ৰে'লত অসমৰ কোনো লোক হতাহত হোৱা নাই বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমত প্রকাশ কৰিছে। সমগ্ৰ পৰিস্থিতিৰ ওপৰত ৰাজ্য চৰকাৰে চোকা নজৰ ৰাখিছে আৰু অসমৰ যাত্ৰীসকলক সহায় কৰাৰ কাৰণে সাজু হৈ আছে। আনহাতে, উত্তৰ-পূব সীমান্ত ৰে'লৱে আবদ্ধ যাত্ৰীসকলক ওভতাই অনাৰ বাবে বিশেষ ৰে'লৰ ব্যৱস্থা কৰিছে। উত্তৰ প্ৰদেশ ৰে'ল দুৰ্ঘটনাত কমেও দুজন যাত্রী নিহত হোৱাৰ লগতে আন ২০ গৰাকী যাত্ৰী আহত হয়। সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি লক্ষ্ণৌৰ পৰা যোৱা দলে উদ্ধাৰ অভিয...