May 25, 2024 12:03 PM

views 33

ৰাজ্যৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতক আৰু স্নাতকোত্তৰ নামভৰ্তি অহা ২৭ মে’ত সমর্থ প’ৰ্টেলৰ জৰিয়তে আৰম্ভ

ৰাজ্যৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতক আৰু স্নাতকোত্তৰ নামভৰ্তি অহা ২৭ মে'ত সমর্থ প'ৰ্টেলৰ জৰিয়তে আৰম্ভ হ'ব। এই সন্দৰ্ভত ৰাজ্যৰ উচ্চ শিক্ষা বিভাগে অধিসূচনা জাৰি কৰিছে। ইয়াৰ অধীনত ৪ বছৰীয়া স্নাতক পাঠ্যক্ৰম, ৫ বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে আবেদন কৰিব পাৰিব। চি ইউ ই টি পৰীক্ষাত অৱতীৰ্ণ নোহোৱা ছাত্ৰ-ছাত্ৰীয়েও এই প'ৰ্টেলৰ জৰিয়তে সকলো চৰকাৰী অথবা প্রাদেশীকৃত, স্বায়ত্বশাসিত মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰ উপৰি ৰাজ্যিক বিশ্ববিদ্যালয় ...