May 14, 2025 10:06 AM May 14, 2025 10:06 AM

views 13

নয়ডা আৰু বেংগালুৰুত নতুন অত্যাধুনিক প্ৰকল্পৰ উদ্বোধন কেন্দ্রীয় ইলেক্ট্রনিকছ আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

কেন্দ্রীয় ইলেক্ট্রনিকছ আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি নয়ডা আৰু বেংগালুৰুত নতুন অত্যাধুনিক প্ৰকল্পৰ উদ্বোধন কৰে। নতুন প্ৰকল্পৰ বৈশিষ্ট্যৰ বিষয়ে উল্লেখ কৰি শ্ৰী বৈষ্ণৱে কয় যে, অগ্রণী ৩ নেন'মিটাৰ চিপ ডিজাইনিঙৰ কাম কৰিবলগীয়া ভাৰতৰ এই প্ৰথমটো প্রতিষ্ঠানে অর্ধপৰিবাহী উদ্ভাৱনৰ প্ৰতিযোগিতাত ভাৰতৰ স্থান সুদৃঢ় কৰিব। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে, বিশ্বৰ ভিতৰতে আটাইতকৈ উন্নত চিপসমূহৰ ভিতৰত অন্যতম ৩ নেন'মিটাৰ চিপ ডিজাইন কৰাৰ ক্ষমতাসমৃদ্ধ এই কেন্দ্ৰ দেশৰ ভিতৰতে প্ৰথম । ভাৰতৰ অৰ্ধপৰিবাহ...