September 30, 2024 7:18 PM September 30, 2024 7:18 PM
2
মুম্বাই বন্দৰৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ‘Cruise Bharat Mission মুকলি
কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মুম্বাই বন্দৰৰ পৰা ‘Cruise Bharat Mission’ মুকলি কৰে। এই অনুষ্ঠানত দপ্তৰটোৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী শান্তনু ঠাকুৰো উপস্থিত থাকে। ‘Cruise Bharat Mission’-এ প্ৰমোদতৰী পৰ্যটনৰ ক্ষেত্ৰত দেশক গোলকীয় হাব হিচাপে প্রতিষ্ঠিত কৰা আৰু বিশ্ব মানচিত্ৰত ভাৰতক প্রমোদতৰী গন্তব্য স্থানৰূপে উজলাই তোলাত প্ৰভূত পৰিমাণে সহায় কৰিব বুলি আশা কৰা হৈছে। অনুষ্ঠানত শ্ৰী সোণোৱালে কয় যে, এই অভিযানৰ জৰিয়তে ২০২৯ চনৰ ভিতৰত পৰ্যটকৰ সংখ্যা দুগুণ বৃদ্ধিৰে দেশৰ প্...