March 22, 2025 9:07 PM

views 11

নতুন অৱধাৰণা-উদ্ভাৱন গ্ৰহণ কৰি সমাজ আৰু দেশৰ আৱশ্যকতা পূৰণত অগ্ৰাধিকাৰ দিবলৈ ষ্টাৰ্টআপ প্ৰতিষ্ঠানলৈ কেন্দ্ৰীয় মন্ত্ৰী পিয়ুষ গোৱেলৰ আহ্বান

কেন্দ্রীয় উদ্যোগ মন্ত্রী পিয়ুষ গোৱেলে নতুন অৱধাৰণা আৰু উদ্ভাৱন গ্ৰহণ কৰি সমাজ আৰু দেশৰ আৱশ্যকতা পূৰণত অগ্ৰাধিকাৰ দিবলৈ ষ্টাৰ্টআপ প্ৰতিষ্ঠানসমূহৰ প্ৰতি আহ্বান জনাইছে। আহমেদাবাদত আজি ৱেজলপুৰ ষ্টাৰ্টআপ মহোৎসৱৰ দ্বিতীয় সংস্কৰণ মুকলি কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ পৰিকল্পনাক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত ষ্টার্টআপ প্রতিষ্ঠানসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেওঁ লগতে দেশৰ ষ্টাৰ্টআপ প্রতিষ্ঠানসমূহলৈ সহায় সমৰ্থন আগবঢ়োৱাৰ উদ্দেশ্যে মোদী চৰকা...