July 30, 2024 7:15 PM July 30, 2024 7:15 PM

views 9

দেশৰ অৰ্থনীতি চৰকাৰে ভুলকৈ পৰিচালনা কৰিছে বুলি ৰাহুল গান্ধীয়ে লোকসভাত তোলা অভিযোগক মন্ত্ৰী পীয়ুষ গোৱেলৰ সমালোচনা

লোকসভাত বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধীয়ে দেশৰ অৰ্থনীতি চৰকাৰে ভুলকৈ পৰিচালনা কৰিছে বুলি তোলা অভিযোগক বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে সমালোচনা কৰিছে। তেওঁ কয় যে এন ডি এ দেশৰ অৰ্থনীতিক বিশ্বৰ পঞ্চম অর্থনীতিলৈ উন্নীত কৰিছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত শ্ৰী গোৱেলে অভিযোগ কৰি কয় যে ইউ পি এৰ শাসনকালত মুদ্রাস্ফীতি বৃদ্ধি পোৱাৰ লগতে বিত্তীয় ঘাটি, অতি কম পৰিমাণৰ বৈদেশিক মুদ্ৰাৰ মজুত আৰু দুৰ্নীতিৰে ভৰি আছিল যদিও এতিয়া সমগ্ৰ বিশ্বই ভাৰতৰ অর্থনৈতিক বিকাশৰ নেতৃত্বৰ বাবে বাট চ...