November 11, 2024 8:27 PM November 11, 2024 8:27 PM
1
ডুবাইত বিদেশী বাণিজ্যৰ ভাৰতীয় প্ৰতিষ্ঠান (IIFT)ৰ নতুন চৌহদ মুকলি কৰা হ’বঃ কেন্দ্ৰীয় মন্ত্রী পীয়ূষ গোৱেল
ডুবাইত শীঘ্ৰেই বিদেশী বাণিজ্যৰ ভাৰতীয় প্ৰতিষ্ঠান (IIFT)ৰ এটা নতুন চৌহদ মুকলি কৰা হ'ব বুলি কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্রী পীয়ূষ গোৱেলে ঘোষণা কৰিছে। নতুন দিল্লীত IIFTৰ ৫৭ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত ভার্চুৱেল ব্যৱস্থাৰে ভাষণ দি শ্রী গোৱেলে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ দেশৰ উজ্জ্বল ভৱিষ্যৎ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত যুৱ শিক্ষাৰ্থীসকলে পালন কৰিবলগীয়া গুৰুত্বপূৰ্ণ ভূমিকা সন্দৰ্ভত আলোকপাত কৰে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে, দেশৰ ভৱিষ্যৎ সকলো কৰিব পৰা যুৱ প্ৰজন্মৰ হাতত আছ...