May 28, 2025 10:28 AM
নতুন দিল্লীত কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিঙৰ সভাপতিত্বত বস্ত্ৰ মন্ত্ৰালয়ৰ বস্ত্ৰ পৰামৰ্শদাতা গোটৰ বৈঠক
কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিঙৰ সভাপতিত্বত কালি নতুন দিল্লীত বস্ত্র মন্ত্রালয়ে কপাহ আৰু মানৱসৃষ্ট আঁহ বা এম এম এফ সম্পর্কে শেহতীয়াকৈ গ্ৰহণ কৰা পদক্ষেপসমূহৰ অগ্রগতি পর্যালোচনা...