October 10, 2024 5:28 PM October 10, 2024 5:28 PM

views 15

ভাৰতীয় চলচ্চিত্ৰই বিশাল ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰৰ জৰিয়তে দেশৰ প্ৰতিটো কোণৰ জনসাধাৰণক একত্ৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছেঃ অশ্বিনী বৈষ্ণৱ

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ভাৰতীয় চলচ্চিত্ৰই ইয়াৰ বিশাল ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰৰ জৰিয়তে দেশৰ প্ৰতিটো কোণৰ জনসাধাৰণক একত্ৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বুলি সজোৰে প্ৰকাশ কৰিছে । শ্ৰী বৈষ্ণৱে এটা লেখাৰ জৰিয়তে কৈছে যে বিচিত্ৰতা আৰু সমন্বয়ৰ কাহিনীৰে চিনেমাই এক ভাৰত শ্ৰেষ্ঠ ভাৰত দৃষ্টিকোণক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে কাম কৰি আহিছে। চিনেমাই এটা সার্বজনীন ভাষা কয় বুলি কৰা সত্যজিৎ ৰায়ৰ মন্তব্যৰ বিষয়ে উল্লেখ কৰি তথ্য আৰু সম্প্ৰচাৰ মন্...