June 11, 2024 9:03 PM
25
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ কেইবাগৰাকীও মন্ত্ৰীৰ কাৰ্যভাৰ গ্ৰহণ
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ কেইবাগৰাকীও মন্ত্ৰীয়ে আজি কাৰ্যভাৰ গ্ৰহণ কৰিছে। অমিত শ্বাহে গৃহমন্ত্রী, ড° এছ জয়শংকৰে বিদেশ মন্ত্ৰী, কিৰেণ ৰিজিজুৱে সংখ্যালঘু পৰিক্ৰমা মন্ত্রী, অশ্বিনী বৈষ্ণৱে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী, জে পি নাড্ডাই স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী, শিৱৰাজ সিং চৌহানে গ্রামোন্নয়ন মন্ত্ৰী, হৰদীপ সিং পুৰীয়ে পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্রী, গজেন্দ্র সিং শেখাৱটে সাংস্কৃতিক মন্ত্রী, অন্নপূর্ণা দেৱীয়ে মহিলা আৰু শিশু বিকাশ মন্ত্ৰী, জিতন ৰাম মাঝিয়ে অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয...