August 29, 2024 8:52 PM

views 11

নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্রী কীর্তিবৰ্ধন সিঙৰ ASSOCHAM পৰিৱেশ আৰু কাৰ্বন সন্মিলন উদ্বোধন

কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন ৰাজ্য মন্ত্রী কীর্তিবৰ্ধন সিঙে আজি নতুন দিল্লীত ASSOCHAM পৰিৱেশ আৰু কাৰ্বন সন্মিলন উদ্বোধন কৰে। সন্মিলনৰ এইবাৰৰ বিষয়বস্তু হৈছে- ২০৭০ চনৰ ভিতৰত শূন্য কার্বন নির্গমণ লক্ষ্য প্রাপ্তিৰ বাবে সহযোগিতামূলক পৰিৱেশ তন্ত্ৰৰ পোষকতা কৰা। সন্মিলনক সম্বোধন কৰি শ্ৰী সিঙে কয় যে, জলবায়ু আৰু পৰিৱেশ পৰিৱৰ্তন বর্তমান গোলকীয় সমস্যা হৈ পৰিছে, কিন্তু চৰকাৰে দেশক ইয়াৰ প্ৰভাৱৰ পৰা সুৰক্ষিত কৰিবলৈ কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। ২০৭০ চনৰ ভিতৰত শূন্য কার্বন নির্গম...