February 4, 2025 1:03 PM February 4, 2025 1:03 PM

views 7

২০২৫-২৬ বৰ্ষত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰে’ল খণ্ডত ১০,৪৪০ কোটি টকা ব্যয় কৰা হ’বঃ কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ

২০২৫-২৬ বৰ্ষত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰে'ল খণ্ডত ১০ হাজাৰ ৪৪০ কোটি টকা ব্যয় কৰা হ'ব। কেন্দ্রীয় বাজেটত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ৰেল মন্ত্ৰালয়ৰ আৱণ্টনৰ পৰিমাণ বিগত বিত্তীয় বৰ্ষৰ বাজেটতকৈ ৪৭ শতাংশ বৃদ্ধি কৰা হৈছে। ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি উত্তৰ-পূৰ্বাঞ্চলৰ সংবাদ কৰ্মীসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিঙ ব্যৱস্থাৰে মত বিমিনয় কৰি এই বিষয়ে প্ৰকাশ কৰে। ৰে'ল মন্ত্ৰীগৰাকীয়ে কালি আবেলি নতুন দিল্লীৰ পৰা ভিডিঅ' কনফাৰেন্সিঙৰ যোগেদি গুৱাহাটীৰ মালিগাঁৱৰ উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য কার্যাল...

February 4, 2025 12:10 PM February 4, 2025 12:10 PM

views 8

ওড়িশাৰ ৫৯টা ষ্টেচনক অমৃত ষ্টেচন হিচাপে উন্নীত কৰা হ’বঃ কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ

ওড়িশাৰ ৫৯টা ষ্টেচনক অমৃত ষ্টেচন হিচাপে উন্নীত কৰা হ'ব বুলি কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ঘোষণা কৰিছে। মন্ত্ৰালয়ে এই প্ৰকল্পৰ বাবে ২০২৫-২৬ বিত্তীয় বৰ্ষত ২ হাজাৰ ৩৭৯ কোটি টকাৰ আবণ্টন দিছে। অমৃত ষ্টেচনলৈ উন্নীত কৰিবলগীয়া ষ্টেচনসমূহৰ ভিতৰত ভুৱনেশ্বৰ নিউ, মাঞ্চেশ্বৰ, কটক, ৰুৰকেল্লা, অংগুল, ধেনকানল, বালেশ্বৰ, ব্ৰহ্মপুৰ, পাৰাদ্বীপ, চম্বলপুৰ আদি ষ্টেচন অন্যতম। সাংবাদিকৰ সৈতে ভার্চুৱেল ব্যৱস্থাৰে হোৱা কথা বতৰাত ৰে'ল মন্ত্ৰীগৰাকীয়ে কয়, যে এইবাৰৰ কেন্দ্ৰীয় বাজেটত ওড়িশাৰ ৰে'লখণ্ডৰ বাবে কেন্...