July 17, 2024 9:21 PM July 17, 2024 9:21 PM

views 6

সহজলভ্য আৰু ব্যয়সাধ্য স্বাস্থ্য সেৱাত শেহতীয়া প্ৰযুক্তিৰ ব্যৱহাৰত বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী জিতেন্দ্ৰ সিঙৰ গুৰুত্ব আৰোপ

বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী জিতেন্দ্ৰ সিঙে সহজলভ্য আৰু ব্যয়সাধ্য স্বাস্থ্য সেৱাত শেহতীয়া প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে, প্রযুক্তিয়ে স্বাস্থ্যসেৱা খণ্ডত বৈপ্লৱিক পৰিৱৰ্তন আনিছে আৰু কৃত্রিম বুদ্ধিমত্তা তথা মেচিন শিক্ষণ সঁজুলি প্রয়োগে কাৰ্য্যক্ষমতা যথেষ্ট বৃদ্ধি কৰিব পাৰে আৰু স্বাস্থ্যসেৱা প্ৰদানত উন্নতি সাধন কৰিব পাৰে। নতুন দিল্লীত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, আমাৰ দেশ বিশ্বৰ শীৰ্ষ ৬ খন জৈৱ উৎপাদক দেশৰ ভিতৰত আছে আৰু এক ব্যয়সাধ্য স্বাস্থ্যসেৱা ক...