June 26, 2025 9:52 PM

views 12

AXIOM-4 অভিযানৰ দলটো সফলতাৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হোৱাত কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙৰ শুভেচ্ছা

কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে ভাৰতীয় বিমান বাহিনীৰ গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লা তথা AXIOM-4 অভিযানৰ দলটো সফলতাৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হোৱাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে। সংবাদ মাধ্যমৰ আগত ড০ সিঙে কয়, যে শুভাংশু শুক্লাই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ১৪ দিন অতিবাহিত কৰিবলগীয়া দিনকেইটা বিশ্ববাসীয়ে অতি আগ্ৰহ আৰু তীব্ৰ উৎকণ্ঠাৰে প্ৰত্যক্ষ কৰিব। এই অভিযানত ভাৰতৰ উল্লেখযোগ্য ভূমিকাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে এই অভিযানৰ সময়ত জীৱ বিজ্ঞান,...