March 15, 2025 8:26 PM
18
শ্ৰীপেৰাম্বডুৰত জেটৱৰ্ক ইলেকট্র’নিক চেণ্টাৰ উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ
কেন্দ্ৰীয় ৰে'ল, তথ্য আৰু সম্প্ৰচাৰ তথা ইলেকট্রনিক আৰু তথ্য প্ৰযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে কৈছে যে, শ্ৰীপেৰাম্বডুৰ আৰু মানালুৰত এহেজাৰ ১১২ কোটি টকা ব্যয় সাপেক্ষে দুটা বৈদ্যুতিক উদ্যোগ স্থাপন কৰা হ'ব। শ্ৰীপেৰাম্বডুৰত জেটৱৰ্ক ইলেকট্র’নিক চেণ্টাৰ উদ্বোধন কৰি অমৃত আঁচনিৰ অধীনত ৭৭ টা ৰে'ল ষ্টেচন পুনৰ নিৰ্মাণ কৰা হ'ব বুলি তেওঁ অৱগত কৰে। তেওঁ কয়, যে তামিলনাডুত ৭১৫ খন ৰে'লৱে অভাৰ ব্ৰীজ নিৰ্মাণৰ কাম চলি আছে আৰু ৮ খন বন্দে ভাৰত ৰে'ল চলি আছে। মন্ত্ৰীগৰাকীয়ে লগতে কয়, যে সকলো ভাৰতীয় ভাষাৰ প্ৰতি চৰকাৰ...