August 12, 2025 12:53 PM

views 10

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অহা ২৪ আগষ্টত দিল্লী বিধানসভাত অখিল ভাৰতীয় অধ্যক্ষ সন্মিলন উদ্বোধন কৰিব

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অহা ২৪ আগষ্টত দিল্লী বিধানসভাত অখিল ভাৰতীয় অধ্যক্ষ সন্মিলন উদ্বোধন কৰিব। দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত অধ্যক্ষ হিচাপে ভিট্টলভাই পেটেলে কেন্দ্রীয় বিধানসভাৰ অধ্যক্ষৰ দায়িত্বভাৰ গ্ৰহণৰ শতবার্ষিকী উদযাপন উপলক্ষে দুদিনীয়াকৈ এই সন্মিলনৰ আয়োজন কৰা হৈছে। দিল্লী বিধানসভাৰ অধ্যক্ষ বিজেন্দ্ৰৰ গুপ্তাই কয়, যে এই সন্মিলনত ভিট্টলভাই পেটেলৰ জীৱন, সংসদলৈ অৱদান তথা স্বাধীনতা সংগ্ৰামত তেওঁৰ ভূমিকাৰ ওপৰত আধাৰিত এখন প্ৰদৰ্শনী, এখন বিশেষ তথ্যচিত্র আৰু এটা স্মাৰক ডাক টিকট মুকলি কৰা ...