April 19, 2025 9:13 PM

views 13

চৰকাৰে দেশত স্বাস্থ্য সেৱাৰ প্ৰতি সামগ্রিক দৃষ্টিকোণেৰে কাম কৰি আছেঃ কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ

চৰকাৰে দেশত স্বাস্থ্য সেৱাৰ প্ৰতি সামগ্রিক দৃষ্টিকোণেৰে কাম কৰি আছে বুলি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে প্ৰকাশ কৰিছে। বিশ্ব যকৃৎ দিৱস উপলক্ষে আজি নতুন দিল্লীৰ যকৃৎ আৰু পিত্ত বিজ্ঞান প্রতিষ্ঠানে আয়োজন কৰা সুস্থ যকৃৎ, সুস্থ ভাৰত শীৰ্ষক এটা অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰাকীয়ে এইদৰে প্ৰকাশ কৰে। শ্ৰীশ্বাহে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত এঘাৰ বছৰত স্বাস্থ্য আন্তঃগাঁথনিৰ যথেষ্ট বিকাশ হৈছে। স্বাস্থ্য বাজেট ২০১৪ চনৰ ৩৭ হাজাৰ কোটি টকাৰ পৰা এক লাখ ২৭ হাজাৰ কোটি টকালৈ বৃদ্ধ...