December 24, 2024 9:13 PM

views 7

উত্তৰাখণ্ডত নতুন ফৌজদাৰী আইন ৩খন ৰূপায়ণৰ পৰ্যালোচনাৰ উদ্দেশ্যে নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত বৈঠক

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত উত্তৰাখণ্ডত নতুন ফৌজদাৰী আইন ৩খন ৰূপায়ণৰ পৰ্যালোচনাৰ উদ্দেশ্যে আজি নতুন দিল্লীত এখন বৈঠক অনুষ্ঠিত হয়। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামি, গৃহ সচিব গোবিন্দ মোহন, উত্তৰাখণ্ডৰ মুখ্য সচিব ৰাতুৰী আৰু জ্যেষ্ঠ বিষয়াসকল বৈঠকত উপস্থিত থাকে। পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰী ধামিয়ে কয়, যে নতুন ফৌজদাৰী আইন তিনিখন দেশত জুলাইৰ পৰা প্ৰযোজ্য হৈ আছে আৰু উত্তৰাখণ্ডই এই আইন তিনিখন ৰূপায়ণৰ বাবে ক্ষীপ্ৰতাৰে কাম কৰি আছে। বৈঠকত আইন তিনিখন ৰূপায়ণ...