April 6, 2025 1:27 PM

views 9

২০২৩-২৪ বিত্তীয় বৰ্ষত ভাৰতে ২২ বিলিয়ন মার্কিন ডলাৰৰ ৰত্ন আৰু গহনা ৰপ্তানি কৰিছেঃ কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশী

কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ, আৰু নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্রী প্রহলাদ যোশীয়ে ঘোষণা কৰিছে যে ২০২৩-২৪ বিত্তীয় বৰ্ষত ভাৰতে ২২ বিলিয়ন মার্কিন ডলাৰৰ ৰত্ন আৰু গহনা ৰপ্তানি কৰিছে। সৰ্বভাৰতীয় ৰত্ন আৰু গহনা পৰিষদ, চমুকৈ জি জে এছৰ উদ্যোগত কালি মুম্বাইত অনুষ্ঠিত ইণ্ডিয়া জেম এণ্ড জুৱেলাৰী শ্ব', জিজেএছ ২০২৫ত ভাষণ দি তেওঁ এই কথা ঘোষণা কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে ২০২৭ চনৰ ভিতৰত ৰপ্তানিৰ পৰিমান ১০০ বিলিয়ন মার্কিন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য গ্রহণ কৰা হৈছে। ভাষণত কেন্দ্ৰীয় মন্ত...