October 20, 2024 11:35 AM

views 13

শিক্ষা খণ্ডত সহযোগিতা, অংশগ্রহণ আৰু সমন্বয় বৃদ্ধিৰ লক্ষ্যৰে  কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানৰ সাত দিনীয়া ছিংগাপুৰ আৰু অষ্ট্ৰেলিয়া ভ্ৰমণসূচী

কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে আজি সাত দিনীয়া ছিংগাপুৰ আৰু অষ্ট্ৰেলিয়া ভ্ৰমণসূচীৰে স্বদেশৰ পৰা ৰাওনা হ'ব। এই ভ্রমণসূচীয়ে শিক্ষা খণ্ডৰ পাৰস্পৰিক স্বার্থজৰিত গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহত সহযোগিতা, অংশগ্রহণ আৰু সমন্বয় বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। দুদিনীয়া ছিংগাপুৰ ভ্ৰমণসূচীৰ প্ৰথম পৰ্যায়ত শ্ৰী প্ৰধানে দেশখনৰ প্রধানমন্ত্রী লঞ্চে ৱং, উপ-প্রধানমন্ত্রী গান কিম য়ং আৰু অন্য জ্যেষ্ঠ নেতাসকলক সাক্ষাৎ কৰিব। তিনিদিনীয়া অষ্ট্ৰেলিয়া ভ্ৰমণকালত শিক্ষামন্ত্ৰীগৰাকীয়ে ২৩ অক্টোবৰত মেলৱৰ্ণত দেশ...

October 19, 2024 8:19 PM

views 23

কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধান সাত দিনীয়া সূচীৰে কাইলৈ ছিংগাপুৰ আৰু অষ্ট্ৰেলিয়ালৈ ৰাওনা হ’ব

কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধান কাইলৈ সাত দিনীয়া ছিংগাপুৰ আৰু অষ্ট্ৰেলিয়া ভ্রমণসূচীৰে স্বদেশৰ পৰা ৰাওনা হ'ব। এই ভ্রমণসূচীয়ে শিক্ষা খণ্ডৰ পাৰস্পৰিক স্বাৰ্থজড়িত গুৰুত্বপূর্ণ ক্ষেত্রসমূহত সহযোগিতা, অংশগ্ৰহণ আৰু সমন্বয় বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। দুদিনীয়া ছিংগাপুৰ ভ্ৰমণসূচীৰ প্ৰথম পৰ্যায়ত শ্ৰী প্রধানে দেশখনৰ প্ৰধানমন্ত্ৰী লৰেঞ্চ ৱং, উপ-প্রধানমন্ত্ৰী গান কিম য়ং আৰু অন্য জ্যেষ্ঠ নেতাসকলক সাক্ষাৎ কৰিব। তিনিদিনীয়া অষ্ট্ৰেলিয়া ভ্ৰমণকালত শিক্ষামন্ত্ৰীগৰাকীয়ে ২৩ অক্টোবৰত মেলৱৰ্নত দ...