December 12, 2025 8:26 PM

views 18

২০২৭ চনৰ লোকপিয়লৰ বাবে ১১,৭১৮ কোটি টকাৰ বাজেটত কেন্দ্ৰীয় মন্ত্রীসভাৰ অনুমোদন

কেন্দ্ৰীয় মন্ত্রীসভাই ২০২৭ চনৰ লোকপিয়লৰ বাবে ১১,৭১৮ কোটি টকাৰ বাজেটত অনুমোদন জনাইছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ২০২৭ চনৰ লোকপিয়ল দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব। তেওঁ কয় যে এই লোকপিয়ল দেশৰ ষোড়শ লোকপিয়ল হ'ব আৰু স্বাধীনোত্তৰ ভাৰতৰ অষ্টম লোকপিয়ল হ'ব। তেওঁ কয় যে ভাৰতৰ লোকপিয়ল বিশ্বৰ ভিতৰতে প্ৰশাসনিক আৰু পৰিসাংখ্যিক অনুশীলন হিচাপে পৰিগণিত হৈছে। ২০২৭ চনৰ লোকপিয়লত জাতিগত গণনাও অন্তর্ভুক্ত কৰা হৈছে। শ্রীবৈষ্ণৱে কয় যে এই লোকপিয়...