October 24, 2024 7:00 PM October 24, 2024 7:00 PM

views 5

ভাৰতত শিক্ষাৰ ক্ষেত্ৰত ব্যয় চীন-জাপানতকৈ অধিক বুলি ইউনেস্ক’ৰ প্ৰতিবেদনত প্ৰকাশ

ভাৰতত শিক্ষাৰ ক্ষেত্ৰত ব্যয় চীন আৰু জাপানৰ দৰে দেশতকৈ অধিক বুলি ইউনেস্ক'ৰ এটা প্ৰতিবেদনত প্ৰকাশ পাইছে। প্ৰতিবেদন অনুসৰি মধ্য আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ ঘৰুৱা মুঠ উৎপাদনৰ শতাংশ আৰু চৰকাৰী খৰচতকৈ ভাৰতে শিক্ষাৰ ক্ষেত্ৰত অধিক ধন ব্যয় কৰিছে। ভাৰতত শিক্ষাৰ প্ৰসাৰৰ বাবে ২০১৫ ৰ পৰা ২০২৪ চনৰ ভিতৰত ঘৰুৱা মুঠ উৎপাদনৰ ৪ দশমিক ১ শতাংশৰ পৰা ৪ দশমিক ৬ শতাংশ নির্ধাৰণ কৰিছে। প্ৰতিবেদন অনুসৰি ভাৰতে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট বিনিয়োগ কৰিছে আৰু ৰাষ্ট্ৰসংঘই নিৰ্ধাৰণ কৰা ২০৩০-ৰ শিক্ষাৰ পৰিকাঠামোৰ আন্তঃৰাষ্ট্ৰীয়...