September 8, 2024 7:29 PM
16
বৰপেটাত মহিলাৰ ১৯ বছৰ অনুৰ্ধ ৰাজ্যিক ক্রিকেট দল গঠনৰ বাবে শিবিৰ অনুষ্ঠিত
অসম ক্রিকেট সন্থাৰ উদ্যোগত আৰু বৰপেটা জিলা ক্রীড়া সন্থাৰ সহযোগত বৰপেটাত মহিলাৰ ১৯ বছৰ অনুৰ্ধ ৰাজ্যিক ক্রিকেট দল গঠনৰ বাবে শিবিৰ অনুষ্ঠিত হৈছে। জিলা ক্ৰীড়া সন্থাৰ খেল-পথাৰত অহা ২৪ ছেপ্তেম্বৰ পৰ্যন্ত এই শিবিৰ মুকলি থাকিব। ৰাজ্যৰ বিভিন্ন জিলাৰ বাছনিপ্ৰাপ্ত ৬০ গৰাকী খেলুৱৈ এই কাৰ্যসূচীত উপস্থিত আছে। উল্লেখযোগ্য যে জিলা পৰ্যায়ত অনুষ্ঠিত প্রতিযোগিতাৰ পৰা এইসকল খেলুৱৈয়ে ৰাজ্যিক শিবিৰলৈ বাছনি কৰা হৈছে। তেওঁলোকৰ মাজৰ পৰাই অহা ২৮ ছেপ্তেম্বৰত ১৫ জনীয়া ৰাজ্যিক দল গঠন কৰা হ'ব। এই শিবিৰত খেলুৱৈসকলৰ শাৰীৰ...