December 22, 2024 12:00 PM

views 17

১৯ বছৰ অনুৰ্ধৰ মহিলা টি-টুৱেন্টি এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত ভাৰত চেম্পিয়ন

মহিলা ক্ৰিকেটত ভাৰতে ফাইনেলত বাংলাদেশক ৪১ ৰাণত পৰাস্ত কৰি মালয়েছিয়াৰ কুৱালালামপুৰত অনুষ্ঠিত হোৱা  ১৯ অনুৰ্ধ এচিচি মহিলা টি-২০ এছিয়া কাপৰ খিতাপ দখল কৰে।  ১১৮ ৰানৰ লক্ষ্য খেদি খেদি বাংলাদেশে মাত্ৰ ১৮.৩ অভাৰতে সামান্য ৭৬ ৰান সংগ্ৰহ কৰি বল আউট হয়। ভাৰতৰ হৈ আয়ুষী শুক্লাই তিনিটা উইকেট দখল কৰাৰ বিপৰীতে পাৰুণিকা চিছ’দিয়া আৰু সোণম যাদৱে দুটাকৈ উইকেট দখল কৰে।  ইয়াৰ পূৰ্বে প্ৰথমে বেটিং কৰি ভাৰতে নিৰ্ধাৰিত ২০ অভাৰত ৭ উইকেটত ১১৭ ৰান সংগ্ৰহ কৰে। গংগাদী তৃষাই ৪৭টা বলত কঠিন ৫২ ৰান সংগ্ৰহ কৰি শীৰ্ষস্থান দ...