January 4, 2026 8:00 AM January 4, 2026 8:00 AM
6
ৰাষ্ট্ৰসংঘৰ সচিব প্রধানে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক আমেৰিকাই বন্দী কৰাৰ সামৰিক কাৰ্যক বিপজ্জনক বুলি অভিহিত কৰিছে
ৰাষ্ট্ৰসংঘৰ সচিব প্রধানে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক আমেৰিকাই বন্দী কৰাৰ সামৰিক কাৰ্যক বিপজ্জনক বুলি অভিহিত কৰিছে। ৰাষ্ট্ৰসংঘৰ মুখপাত্র ষ্টেফান ডুজাৰিকে এটা বিবৃতিত কয় যে এই অভিযানে ৰাষ্ট্ৰখনৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে বুলি সচিব প্রধান এণ্টনিঅ' গুটেৰেছ গভীৰভাৱে আতংকিত আৰু চিন্তিত। শ্ৰী গুটেৰেছে লগতে কয় যে আন্তঃৰাষ্ট্ৰীয় আইনৰ নিয়মসমূহ সন্মান নকৰাৰ বাবে তেওঁ গভীৰভাৱে উদ্বিগ্ন। তেওঁ ৰাষ্ট্ৰসংঘৰ চনদকে ধৰি আন্তঃৰাষ্ট্ৰীয় আইনৰ প্ৰতি সম্পূৰ্ণ সন্মানৰ গুৰুত্বৰ সন্দৰ্ভত আলোকপাত কৰি কৰ...