September 25, 2024 7:56 PM

views 18

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্য হিচাপে ভাৰতৰ অন্তৰ্ভুক্তিৰ সপক্ষে চিলিৰ ৰাষ্ট্ৰপতিৰ মত পোষণ

চিলিৰ ৰাষ্ট্ৰপতি গেব্রিয়ল বৰিছ ফ'ণ্টে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্য হিচাপে ভাৰতৰ অন্তৰ্ভুক্তিৰ সপক্ষে মত পোষণ কৰিছে। নিউয়র্কস্থিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৭৯ সংখ্যক অধিবেশনৰ সাধাৰণ বিতৰ্কত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে বিষয়টোৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ কথা প্ৰকাশ কৰে । তেওঁ কয় যে, ১৯৪৫ চনত ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা হোৱাৰ পাছৰে পৰা বিশ্বৰ ভূৰাজনৈতিক পৰিস্থিতি সলনি হৈছে। তেওঁ লগতে বৰ্তমানৰ গোলকীয় বাস্তৱিকতা প্রতিফলিত কৰিব পৰাকৈ ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদৰ সংস্কাৰৰ বাবে সম...