September 28, 2024 10:53 AM

views 11

নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৭৯ সংখ্যক অধিৱেশন

ভাৰতে নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৭৯ সংখ্যক অধিৱেশনত অনুষ্ঠিত জি-২০ ৰাষ্ট্ৰগোষ্ঠীৰ বিত্ত তথা স্বাস্থ্য টাস্ক ফ'ৰ্চৰ উচ্চ পৰ্যায়ৰ যুটীয়া বৈঠকত স্বাস্থ্যৰ সামাজিক নির্ণায়ক-এছ ডি এইচ উন্নত কৰাৰ বাবে নিজৰ প্ৰতিশ্ৰুতিবদ্ধতা পুনৰ প্ৰকাশ কৰিছে। স্বাস্থ্য খণ্ডত বিনিয়োগক অগ্ৰাধিকাৰ দিয়াক কেন্দ্ৰ কৰি এই অধিবেশন অনুষ্ঠিত হয়। অনুষ্ঠানত স্বাস্থ্য ৰাজ্যমন্ত্ৰী অনুপ্রিয়া পেটেল মুখ্য বক্তা হিচাপে উপস্থিত থাকে। তেওঁ স্বাস্থ্য বিনিয়োগৰ অগ্ৰাধিকাৰসমূহক সমৰ্থন কৰাত স্বাস্থ্যৰ সামাজিক নির্ণায়কৰ ভূমি...