November 24, 2025 9:48 AM November 24, 2025 9:48 AM

views 11

নিষিদ্ধঘোষিত সংগঠন আলফা স্বাধীনৰ সাধাৰণ সম্পাদক অৰুণোদয় দহোটীয়াৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ

নিষিদ্ধঘোষিত সংগঠন আলফা স্বাধীনৰ সাধাৰণ সম্পাদক অৰুণোদয় দহোটীয়াই কালি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। নিষিদ্ধঘোষিত সংগঠনটোৰ বিত্ত সচিবৰ দায়িত্বত থকা জ্যেষ্ঠ নেতাগৰাকীয়ে ভাৰত-ম্যানমাৰ সীমান্ত তথা অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ পাংচুপাচত আছাম ৰাইফলছ আৰু অসম আৰক্ষীৰ এটা দলৰ ওচৰত আত্মসমর্পণ কৰে। ডিব্ৰুগড় জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপৰ নেতৃত্বত যোৱা অসম আৰক্ষীৰ এটা দলে শ্রীদহোটীয়াক অসমলৈ লৈ আহে। উল্লেখযোগ্য যে অৰুণোদয় দহোটীয়াৰ লগতে আন এজন কেডাৰ তথা তেওঁৰ দেহৰক্ষী ফ্রান্সেচ অসমেও আ...