December 17, 2024 11:28 AM

views 15

আলফা স্বাধীনৰ এজন সক্রিয় সদস্যক NIAৰ দ্বাৰা গ্ৰেপ্তাৰ

এই বৰ্ষৰ স্বাধীনতা দিৱস উদযাপনৰ সময়ত গুৱাহাটীত আই ই ডি সংস্থাপন কৰাৰ অপৰাধত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ NIAই নিষিদ্ধঘোষিত উগ্রপন্থী সংগঠন সংযুক্ত মুক্তি বাহিনী অসম অর্থাৎ‍ আলফা স্বাধীনৰ এজন সক্রিয় সদস্যক গ্ৰেপ্তাৰ কৰিছে। NIAৰ দলে অসম আৰক্ষীৰ সহযোগত কালি ডিব্ৰুগড়ৰ জাহ্নু বৰুৱাৰ বাসগৃহত চলোৱা অভিযানত ডিজিটেল যন্ত্র তথা আপত্তিজনক সামগ্রী জব্দ কৰা হয় আৰু সম্প্রতি সেইবোৰৰ পৰীক্ষা চলাই থকা হৈছে। পাছলৈ অধিক সোধা-পোছাৰ বাবে তেওঁক স্থানীয় আৰক্ষী থানালৈ তলব কৰা হয় ৷ প্রাথমিক তদন্তত অভিযুক্...

April 25, 2024 11:14 AM

views 32

আছাম ৰাইফলছৰ কনভয়ত সংঘটিত আলফা-স্বাধীনৰ আক্ৰমণত জড়িত থকাৰ অভিযোগত ৩জন ব্যক্তিক গ্ৰেপ্তাৰ

অসমৰ মাৰ্ঘেৰিটাত আছাম ৰাইফলছৰ কনভয়ত সংঘটিত নিষিদ্ধ উগ্রপন্থী সংগঠন আলফা-স্বাধীনৰ আক্ৰমণত জড়িত থকাৰ অভিযোগত তিনিচুকীয়া আৰক্ষীয়ে তিনিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। তিনিচুকীয়া আৰক্ষীৰ বিবৃতি অনুসৰি আছাম ৰাইফলছৰ ৩১ আৰু ২৩ নম্বৰ বেটেলিয়নে অৰুণাচল প্ৰদেশ আৰক্ষীৰ সৈতে চলোৱা যৌথ অভিযানত কালি মানখুল মোছা, মাননং মোছাং আৰু ঝোনৱাং হাকুম নামৰ লোককেইজনক গ্ৰেপ্তাৰ কৰা হয়। এই আটাইকেইজনেই অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ বাসিন্দা বুলি প্ৰকাশ কৰা হৈছে। যোৱা ১৬ এপ্ৰিলৰ পুৱা প্ৰায় ৮ বজাত চাংলাং পথৰ কাষৰ মাকুম্পান...