September 24, 2025 12:13 PM

views 37

ইউক্রেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ সৈতে দ্বিপাক্ষিক বৈঠক ৰাষ্ট্ৰপতি ট্রাম্পৰ

নাটো আৰু আমেৰিকাৰ সামৰিক শক্তিৰ সহায়ত ইউক্রেইনে ৰাছিয়াৰ পৰা নিজৰ সকলো ভূখণ্ড ঘূৰাই আনিব পাৰে বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে মন্তব্য কৰিছে। ৰাষ্ট্ৰপতি ট্রাম্পে সামাজিক মাধ্যমৰ এটা পোষ্টত উল্লেখ কৰে, যে কিয়েভৰ বিৰুদ্ধে যুঁজি সমগ্র ইউক্রেইনক পুনৰ জয়ী কৰিব পৰা যাব। ইউক্রেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ সৈতে হোৱা দ্বিপাক্ষিক বৈঠকৰ পিছতে ৰাষ্ট্ৰপতি ট্রাম্পে এই মন্তব্য কৰে। তেও কয়, যে তেওঁৰ মতামত সলনি হৈছে কাৰণ তেওঁ সামৰিক আৰু অৰ্থনৈতিক পৰিস্থিতি সম্পূৰ্ণৰূপে বুজিবলৈ আৰম্ভ কৰিছে। যুদ্ধক্ষেত্ৰ...