March 12, 2025 12:04 PM
11
৩০ দিনৰ বাবে তাৎক্ষণিক আৰু অন্তৰ্ৱৰ্তীকালীন যুদ্ধবিৰতিৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰস্তাৱত ইউক্ৰেইনৰ সন্মতি প্ৰকাশ
ইউক্রেইনে ৩০ দিনৰ বাবে তাৎক্ষণিক আৰু অন্তৰ্ৱৰ্তীকালীন যুদ্ধবিৰতিৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰিছে। এতিয়া ৰাছিয়াই এই ক্ষেত্ৰত নিজৰ স্থিতি প্ৰকাশ কৰিব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰদেশ সচিব মার্কো ৰুবিঅ'ই সংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰই ইউক্রেইনলৈ চোৰাংচোৱাৰ তথ্য আৰু সামৰিক সাহায্য বন্ধ কৰাৰ বিষয়টোও উঠাই লৈছে। কালি চৌদি আৰৱৰ জেদ্দাত ইউক্রেইনৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হোৱাৰ পাছত শ্ৰীৰুবিঅ'ই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে যুক্তৰাষ্ট্ৰই এই ব...