July 3, 2024 6:27 PM July 3, 2024 6:27 PM
18
ইউক্রেইনৰ ৰাষ্ট্ৰপতিক যুদ্ধবিৰতিৰ বিষয়টো বিবেচনা কৰিবলৈ হাঙ্গেৰীৰ প্ৰধানমন্ত্ৰীৰ আহ্বান
হাঙ্গেৰীৰ প্ৰধানমন্ত্ৰী ভিক্টৰ অৰ্বানে মস্কোৰ সৈতে আলোচনা প্রক্রিয়া ত্বৰান্বিত কৰাৰ পথ প্রশস্ত কৰাৰ উদ্দেশ্যে যুদ্ধবিৰতিৰ বিষয়টো বিবেচনা কৰিবলৈ ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল’দিমিৰ জেলেনস্কিক আহ্বান জনাইছে। পৰৱৰ্তী ছমাহৰ বাবে ইউৰোপীয় সংঘৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছতেই প্ৰথমবাৰৰ বাবে ইউক্রেইন ভ্ৰমণলৈ যোৱা হাঙ্গেৰীৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে যুদ্ধবিধবস্ত দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীক এই আহ্বান জনায়। কিয়েভত এই সন্দৰ্ভত তেওঁ কয় যে, ৰাছিয়া আৰু ইউক্রেইনৰ মাজৰ যুদ্ধবিৰতিয়ে এই যুদ্ধৰ অৱসানৰ হকে আলাপ-আলোচনাৰ...