October 8, 2025 1:32 PM October 8, 2025 1:32 PM
23
ব্ৰিটেইনৰ প্ৰধানমন্ত্রী কীৰ ষ্টাৰমাৰ দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে মুম্বাইত উপস্থিত
ব্ৰিটেইনৰ প্ৰধানমন্ত্রী কীৰ ষ্টাৰমাৰ দুদিনীয়া ভ্রমণসূচীৰে আজি ভাৰতত উপস্থিত হয়৷ এয়া ব্ৰিটেইনৰ প্রধানমন্ত্ৰীগৰাকীৰ প্ৰথমটো চৰকাৰী ভাৰত ভ্ৰমণ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ এটা সূত্ৰই প্ৰকাশ কৰা মতে কাইলৈ মুম্বাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ষ্টাৰমাৰে ভিজন ২০৩৫ৰ ৰূপৰেখা প্রস্তুত কৰাৰ বাবে ভাৰত আৰু ব্ৰিটেইনৰ সৰ্বাত্মক কৌশলগত সহযোগিতাৰ অধীনত ৰূপায়িত বিভিন্ন কাৰ্যসূচীৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব। এই অংশীদাৰিত্বৰ জৰিয়তে বাণিজ্য আৰু বিনিয়োগ, প্ৰযুক্তি আৰু উদ্ভাৱন, প্ৰতিৰ...