October 7, 2025 8:12 PM October 7, 2025 8:12 PM
10
দুদিনীয়া ভ্রমণসূচীৰে কাইলৈ ব্রিটেইনৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণ
ব্রিটেইনৰ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰমাৰ কাইলৈ দুদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ আহিব। এয়া হ'ব ব্রিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰথমটো ভাৰত ভ্ৰমণ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ এটা সূত্ৰই প্ৰকাশ কৰা মতে ৯ অক্টোবৰত মুম্বাইত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু ব্রিটেইনৰ প্ৰধানমন্ত্ৰী ষ্টাৰমাৰে ভিজন ২০৩৫ৰ ৰূপৰেখা প্ৰস্তুত কৰাৰ বাবে ভাৰত আৰু ব্রিটেইনৰ সংহত কৌশলগত অংশীদাৰিত্বৰ অধীনত ৰূপায়িত বিভিন্ন কাৰ্যসূচীৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব। উল্লেখযোগ্য যে এনে অংশীদাৰিত্বৰ জৰিয়তে বাণিজ্য আৰু বিনিয়োগ, প্রযুক্তি আৰু উদ্ভাবন,...