June 11, 2024 8:53 PM

views 15

উচ্চ শিক্ষা প্রতিষ্ঠানসমূহক অহা শিক্ষাবৰ্ষৰ পৰা বছৰত দুবাৰকৈ শিক্ষাৰ্থীৰ নামভৰ্তিকৰণৰ অনুমতি প্ৰদান কৰিবলৈ ইউজিচিৰ বিশেষ সিদ্ধান্ত গ্রহণ

বিশ্ববিদ্যালয় অনুদান আয়োগে (ইউজিচি) অহা শিক্ষাবৰ্ষৰ পৰা উচ্চ শিক্ষা প্রতিষ্ঠানসমূহক বছৰত দুবাৰকৈ শিক্ষাৰ্থীৰ নামভৰ্তিকৰণৰ অনুমতি প্ৰদান কৰিবলৈ এটা বিশেষ সিদ্ধান্ত গ্রহণ কৰিছে। বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিয়মানুসাৰে বৰ্তমানে বছৰত এবাৰেই শিক্ষার্থীৰ নামভৰ্তিকৰণৰ ব্যৱস্থা আছে। বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষ মমিডালা জগদেশ কুমাৰে কৈছে যে, শিক্ষা পৰিষদৰ ফলাফল ঘোষণাত বিলম্ব, শাৰীৰিক অসুস্থতা বা আন ব্যক্তিগত কাৰণত নিৰ্দিষ্ট সময়ত নামভৰ্তি কৰিবলৈ সমর্থ নোহোৱা শিক্ষার্থীসকলক এই নতুন নীতিয়ে লাভ...