April 2, 2025 1:33 PM

views 15

উদ্যম পঞ্জীয়ন প’ৰ্টেলত ৪ লাখ ৬০ হাজাৰৰো অধিক ঔদ্যোগীক গোটৰ পঞ্জীয়ন

উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ খণ্ডক আগবঢ়াই নিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ উদ্যম পঞ্জীয়ন প'ৰ্টেলত ৪ লাখ ৬০ হাজাৰৰো অধিক ঔদ্যোগীক গোটক পঞ্জীয়ন কৰা হৈছে। ২০২০ চনত কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা এই প'ৰ্টেলৰ সহায়ত এনে উদ্যোগসমূহক এখন মঞ্চলৈ অনাৰ প্ৰয়াস কৰা হৈছিল। ২০২৩ চনৰ ১১ ফেব্ৰুৱাৰীত উদ্যম প'ৰ্টেলটো নতুন ৰূপত মুকলি কৰা হয়। ২০২০ চনৰ ১ জুলাইৰ পৰা চলিত বছৰৰ ১৫ মাৰ্চলৈ উত্তৰ-পূৰ্বাঞ্চলৰ ৪ লাখ ৬০ হাজাৰ ৩৫১টা ঔদ্যোগীক গোটক এই প'ৰ্টেলত পঞ্জীয়ন কৰা হৈছে। ষ্টাৰ্ট আপ ইণ্ডিয়া আঁচনিৰ অ...