July 6, 2025 12:46 PM
14
প্রসিদ্ধ বুৰঞ্জীবিদ, কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ উদয়াদিত্য ভৰালীৰ দেহাৱসান
প্রসিদ্ধ বুৰঞ্জীবিদ, পূৰ্বৰ কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ তথা স্তম্ভ লেখক উদয়াদিত্য ভৰালীৰ আজি পুৱতি নিশা প্রায় ৩ বজাত নিজ বাসগৃহত দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভূগি থকাৰ অন্তত শেষ নিশ্বাস ত্যাগ কৰা উদয়াদিত্য ভৰালীয়ে শৈক্ষিক ক্ষেত্ৰৰ লগতে নানান সামাজিক কামত সক্ৰিয় ভূমিকা পালন কৰিছিল। তেওঁ ১৯৬৮ চনৰ পৰা ২০০৩ চনলৈ কটন কলেজৰ অধ্যক্ষ পদত কাৰ্যনিৰ্বাহ কৰিছিল। অসম সাহিত্য সভাৰ বিষ্ণুপ্ৰসাদ ৰাভা বঁটা লাভ কৰা ভৰালীয়ে কিছুদিন পূৰ্বে পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটাও লাভ কৰিছিল। তেওঁ HUNDRE...