January 2, 2026 8:44 PM

views 14

ৰাজ্যৰ স্বীকৃতিপ্রাপ্ত সত্ৰৰ ৬২০ গৰাকী উদাসীন ভকতলৈ বিত্তীয় সাহায্য প্রদান আঁচনিৰ শুভাৰম্ভ

ৰাজ্যৰ স্বীকৃতিপ্রাপ্ত সত্ৰৰ ৬২০ গৰাকী উদাসীন ভকতলৈ বিত্তীয় সাহায্য প্ৰদান আঁচনিৰ আজি শুভাৰম্ভ কৰা হয়। এই আঁচনিৰ অধীনত তেওঁলোকক মাহিলি এহেজাৰ ৫০০ টকাকৈ আৰ্থিক অনুদান প্ৰদান কৰা হ'ব। দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত অনুষ্ঠানত আঁচনি মুকলি কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই কয়, যে ৰাজ্যৰ সত্ৰৰ ভকতসকলৰ আধ্যাত্মিক, সাংস্কৃতিক আৰু সামাজিক অৱদানৰ স্বীকৃতিস্বৰূপে এই আঁচনিখন প্ৰৱৰ্তন কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে সত্ৰৰ ভূমি সংৰক্ষণৰ বাবে সত্ৰ আয়োগ গঠনৰ পৰা আৰম্ভ কৰি ভকতলৈ আৰ্থিক সাহায্য প্ৰ...