August 29, 2024 9:00 PM
ওদালগুৰিৰ ভেৰগাঁও মহকুমাধিপতি কাৰ্যালয়ত ভূমি আৰু ৰাজহ সন্দৰ্ভত পর্যালোচনা বৈঠক
ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমা প্রশাসনৰ উদ্যোগত ভেৰগাঁও মহকুমাধিপতি কাৰ্যালয়ত আজি ভূমি আৰু ৰাজহ সন্দৰ্ভত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। বিটিচিৰ কাৰ্যবাহী সদস্য দাওবিচা বড়োৰ উপস্থ...