August 3, 2025 6:30 PM
ওদালগুৰি জিলাত বিটিচি নিৰ্বাচন উপলক্ষে বি পি এফ দলৰ সাংগঠনিক তৎপৰতা আৰম্ভ
বড়োলেণ্ড স্বায়ত্ত শাসিত পৰিষদৰ সমাগত সাধাৰণ নিৰ্বাচনক কেন্দ্ৰ কৰি ওদালগুৰি জিলাত অন্যান্য দলৰ লগতে বি পি এফ দলেও সাংগঠনিক তৎপৰতা আৰম্ভ কৰিছে। জিলাখনৰ কলাইগাওঁত মুদৈবৰী যুৱ বি পি এফ দলৰ...