April 29, 2024 12:58 PM April 29, 2024 12:58 PM
6
উবেৰ কাপ বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ মহিলা দলটো কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ
চীনৰ চেংডুত অনুষ্ঠিত উবেৰ কাপ বেডমিণ্টন প্রতিযোগিতাত ছিংগাপুৰৰ বিপক্ষে ৪-১ ফলাফলত জয়লাভ কৰি ভাৰতৰ মহিলা দলটো কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ইপিনে গ্রুপ এৰ একক শাখাৰ খেলত ইঅ' জিয়া মিনে অস্মিতা চলিহাক ১৫-২১, ১৮-২১ পোনপটীয়া ছেটত পৰাস্ত কৰে। পাছত ৰাষ্ট্ৰীয় চেম্পিয়ন প্ৰিয়া খাংজেংবাম আৰু শ্ৰুতি মিশ্ৰই জীআউ এন হেঙ আৰু জিন ইউ জিয়াক ২১-১৫, ২১-১৬ ছেটত পৰাস্ত কৰে। প্ৰতিযোগিতাৰ একক শাখাৰ দ্বিতীয়খন খেলত অসম সন্তান ইশাৰাণী বৰুৱাই-ইছিৰা খানক ২১-১৩, ২১-১৬ ছেটত পৰাস্ত কৰে। দ্বৈত শাখাৰ দ্বিতীয়খন খেলত চী...