ডাউনলোড
মোবাইল এপ

android apple
signal

January 15, 2025 7:35 PM

চাহ জনগোষ্ঠী বসতিপ্রধান অঞ্চলসমূহত কৃষিভিত্তিক উৎসৱ টুচু পূজা উদযাপন

মকৰ সংক্ৰান্তি উপলক্ষে চাহ জনগোষ্ঠী বসতিপ্রধান অঞ্চলসমূহত আজি কৃষিভিত্তিক উৎসৱ টুচু পূজা উদযাপন কৰা হৈছে। এই উপলক্ষে উজনি অসমৰ বিভিন্ন চাহ বাগানসমূহৰ চাহ জনগোষ্ঠীসমূহৰ উপাস্য দেৱী টুচু...