March 26, 2025 7:24 PM March 26, 2025 7:24 PM

views 7

তুৰস্কৰ ৰাষ্ট্ৰপতি ৰেশ্বিপ টায়িপ এর্ডৱানৰ প্ৰধান ৰাজনৈতিক প্রতিদ্বন্দ্বীক প্রেপ্তাৰ

তুৰস্কৰ ৰাষ্ট্ৰপতি ৰেশ্বিপ টায়িপ এর্ডৱানৰ প্ৰধান ৰাজনৈতিক প্রতিদ্বন্দ্বীগৰাকীক প্রেপ্তাৰ কৰাৰ পৰিপ্ৰেক্ষিতত দেশখনৰ ৰাজধানী ইষ্টানবুলত কালিও হাজাৰ হাজাৰ লোকে প্ৰতিবাদ অব্যাহত ৰাখে। বৰ্তমানলৈ ছাত্ৰ-ছাত্ৰী, সাংবাদিক আৰু অধিবক্তাকে ধৰি প্ৰতিবাদকাৰীসকলৰ মাজৰ এহেজাৰ ৪০০গৰাকীতকৈও অধিক লোকক আটক কৰা হৈছে। ইষ্টানবুল প্রশাসনে ৰাজহুৱা শান্তি-শৃংখলা ৰক্ষা তথা সম্ভাব্য প্ৰৰোচনামূলক পৰিস্থিতি প্রতিহত কৰাৰ স্বাৰ্থত সকলো ধৰণৰ প্ৰতিবাদ নিষিদ্ধ কৰাৰ লগতে একাংশ পথ বন্ধ কৰি দিছে। ছাত্র-ছাত্রীসকলে নিছাণ্টাছি জিলাৰ ৰ...