October 24, 2024 1:06 PM

views 20

তুৰস্কত চৰকাৰী মহাকাশ আৰু প্ৰতিৰক্ষা উদ্যোগ টুছাছৰ চৌহদত সংঘটিত ঘটনাত ৫ জন নিহতৰ লগতে ২২ জন আহত

তুৰস্কত কালি আংকাৰাস্থিত চৰকাৰী মহাকাশ আৰু প্ৰতিৰক্ষা উদ্যোগ টুছাছৰ চৌহদত সংঘটিত এটা আক্ৰমণৰ ঘটনাত কমেও ৫ জন লোক নিহত হোৱাৰ লগতে ২২ জন লোক আহত হৈছে। ঘটনাৰ সময়ত নিৰাপত্তা বাহিনীয়ে দুটা সন্ত্রাসবাদীক নিধন কৰে। এই পর্যন্ত কোনো সশস্ত্র গোটে আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও তুৰস্কৰ প্ৰতিৰক্ষা মন্ত্রী ইয়াছাৰ গুলেৰে উগ্ৰপন্থী সংগঠন কুর্দিস্তান ৱৰ্কাৰছ পার্টি বা পিকেকে জড়িত থকাৰ সন্দেহ প্রকাশ কৰিছে। তুৰস্ক, ইউৰোপীয় সংঘ আৰু আমেৰিকাই পিকেকেক সন্ত্ৰাসবাদী সংগঠন হিচাপে শ্ৰেণীভুক্ত কৰিছে। তুৰস্কৰ ৰ...