February 28, 2025 12:51 PM February 28, 2025 12:51 PM

views 2

তুহিন কান্ত পাণ্ডেক ভাৰতীয় প্ৰতিভূতি বিনিময় বোর্ড ছেবিৰ নতুন অধ্যক্ষ হিচাপে নিয়োগ

বিত্ত সচিব তুহিন কান্ত পাণ্ডেক ভাৰতীয় প্ৰতিভূতি বিনিময় বোর্ড ছেবিৰ নতুন অধ্যক্ষ হিচাপে নিয়োগ কৰা হৈছে। তেওঁ পৰৱৰ্তী ৩ বছৰলৈ এই পদত থাকিব। শ্ৰীপাণ্ডে মাধৱি পুৰী বুছৰ স্থলাভিষিক্ত হ'ব। কেন্দ্ৰীয় মন্ত্ৰীসভাৰ নিযুক্তি কমিটীয়ে ছেবিৰ নতুন অধ্যক্ষ হিচাবে তুহিন কান্ত পাণ্ডেৰ নিযুক্তিত অনুমোদন জনাইছে।