July 31, 2025 9:27 AM

views 11

পহিলা আগষ্টৰ পৰা ভাৰত-আমেৰিকাৰ দ্বিপাক্ষিক বাণিজ্যত ২৫% শুল্ক আৰোপ কৰা হ’ব বুলি ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ ঘোষণা বিবেচনাৰ অৰ্থে গ্ৰহণ ভাৰতৰ

অহা পহিলা আগষ্টৰ পৰা ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বিপাক্ষিক বাণিজ্যত ২৫ শতাংশ শুল্ক আৰোপ কৰা হ'ব বুলি ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ ঘোষণাক ভাৰতে বিবেচনাৰ অৰ্থে গ্ৰহণ কৰিছে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ এটা বিবৃতিত কোৱা হৈছে যে চৰকাৰে ইয়াৰ প্ৰয়োগ সন্দৰ্ভত অধ্যয়ন কৰি আছে। বিবৃতিত লগতে কোৱা হৈছে যে চৰকাৰে ৰাষ্ট্ৰীয় স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব। একেদৰে অন্যান্য বাণিজ্যিক চুক্তি বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে ব্যাপক অৰ্থনৈতিক আৰু বাণিজ্য চুক্তিকো সামৰি লোৱা হ...