August 29, 2024 8:46 PM

views 27

ত্ৰিপুৰাৰ ৪খন জিলাত আন্তঃমন্ত্ৰ্যালয় পৰ্যায়ৰ কেন্দ্ৰীয় দলৰ বানৰ প্ৰকোপ মূল্যায়ন

আন্তঃমন্ত্ৰ্যালয় পৰ্যায়ৰ এটা কেন্দ্ৰীয় দলে ত্ৰিপুৰাৰ চাৰিখন জিলাত বানৰ প্ৰকোপৰ মূল্যায়ন আৰম্ভ কৰিছে। কেন্দ্ৰীয় জল আয়োগৰ সঞ্চালক মহেশ কুমাৰৰ নেতৃত্বত দলটোৱে গোমতী জিলাৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে। অতিৰিক্ত জিলা দণ্ডাধীশ বিনয় ভূষণ দাসে কয় যে, গোমতী জিলাত প্রায় এহেজাৰ ১০০ কোটি টকাৰ ক্ষয়ক্ষতি হৈছে। আগৰতলাত কালি উপস্থিত হোৱাৰ পাছতে কেন্দ্ৰীয় দলটোৱে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত ৰাজহ সচিব ব্রিজেশ পাণ্ডেই ৰাজ্যখনৰ বান ক্ষতিগ্র...