September 7, 2024 12:29 PM

views 21

ত্ৰিপুৰৰা বানপীড়িতৰ বাবে ৫৬৪ কোটি টকাৰ বিশেষ পেকেজ ঘোষণা ড° মাণিক সাহাৰ

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড° মাণিক সাহাই কালি বিধানসভাত ৰাজ্যখনৰ বানাক্ৰান্ত অঞ্চল আৰু বানপীড়িতৰ বাবে ৫৬৪ কোটি টকাৰ এটা বিশেষ পেকেজ ঘোষণা কৰিছে। তেওঁ কয় যে, শেহতীয়া বানপানীৰ ফলত হোৱা ক্ষয়-ক্ষতি বিবেচনা কৰি ৰাজ্য চৰকাৰে বিভিন্ন খণ্ডত তাৎক্ষণিক সাহায্য আৰু উদ্ধাৰ কাৰ্যৰ বাবে বিত্তীয় পেকেজ ঘোষণা কৰাৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয় যে, বানপানীৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ প্ৰাৰম্ভিক অনুমান প্ৰায় ১৪ হাজাৰ ২৪৭ কোটি টকা। তেওঁ কয় যে, প্রকৃত ক্ষয়-ক্ষতিৰ মূল্যায়নৰ অন্তত ৰাজ্য চৰকাৰে কেন...

August 22, 2024 8:03 PM

views 24

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ সৈতে টেলিফোনযোগে কথা পাতি ৰাজ্যখনৰ বান পৰিস্থিতিৰ বুজ অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডº মাণিক সাহাৰ সৈতে টেলিফোনযোগে কথা পাতি ৰাজ্যখনৰ বান পৰিস্থিতিৰ বুজ লয়। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ চৰকাৰক সাহায্য আৰু উদ্ধাৰ অভিযানত সহায় কৰিবলৈ এন ডি আৰ এফ, নাও আৰ হেলিকপ্টাৰ প্ৰেৰণ কৰা বুলি উল্লেখ কৰাৰ লগতে প্রয়োজন সাপেক্ষে সকলো ধৰণৰ সাহায্য আগবঢ়োৱাৰ আশ্বাস দিয়ে। এই বিষয়ে সামাজিক মাধ্যমত প্রকাশ কৰি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে কয় যে, অসম আৰু অৰুণাচল প্ৰদেশৰ পৰা ১১টা এন ডি আৰ এফৰ দল ত্ৰিপুৰালৈ প্ৰেৰণ কৰা হ'ব। ত্ৰিপুৰা...