October 27, 2024 7:44 PM

views 23

প্ৰাক্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণনৰ জন্মবার্ষিকীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ শ্ৰদ্ধাঞ্জলি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণনৰ জন্মবার্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰয়াত নাৰায়ণন দেশৰ দশম সংখ্যক ৰাষ্ট্ৰপতি আছিল। তেওঁ ১৯৯৭ চনৰ ২৫ জুলাইৰ পৰা ২০০২ চনৰ ২৫ জুলাইলৈ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ লগতে তেওঁ ১৯৯২ চনৰ ২৭ অক্টোবৰৰ পৰা ১৯৯৭ চনৰ ২৪ জুলাইলৈ উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে।