March 26, 2025 8:28 PM

views 11

ত্ৰিভুৱন চহকাৰী ইউনিভাৰ্ছিটি বিধেয়ক ২০২৫ বিবেচনা আৰু পাৰিতৰ বাবে উত্থাপন

লোকসভাই আজি ত্ৰিভুৱন চহকাৰী ইউনিভাৰ্ছিটি বিধেয়ক ২০২৫ বিবেচনা আৰু পাৰিতৰ বাবে উত্থাপন কৰে। এই বিধেয়কত গুজৰাটৰ আনন্দৰ গ্ৰাম্য ব্যৱস্থাপনা প্রতিষ্ঠানক ত্ৰিভুৱন চহকাৰী বিশ্ববিদ্যালয় হিচাপে প্ৰতিষ্ঠা কৰি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলাৰ ব্যৱস্থা কৰা হৈছে। এই প্ৰতিষ্ঠানত সমবায় খণ্ডৰ কাৰিকৰী আৰু ব্যৱস্থাপনাৰ শিক্ষা আৰু প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। চহকাৰ চে সমৃদ্ধিৰ লক্ষ্য বাস্তৱায়িত কৰাৰ বাবে গৱেষণাৰ জৰিয়তে গোলকীয় পৰ্যায়ত উৎকৃষ্ট প্রতিষ্ঠান হিচাপে উজ্বলি উঠিব। আলোচনাত ভাগ লৈ কে...